Download Now Banner

This browser does not support the video element.

সোণাৰি: জিলা আয়ুক্ত সভাকক্ষৰ পৰা ভাৰ্চুৱেলী অনুষ্ঠিত হোৱা অসমৰ কেবিনেট বৈঠকত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিলে মন্ত্ৰী বিমল বৰাই

Sonari, Charaideo | Oct 6, 2025
অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত। উক্ত বৈঠকত চৰাইদেউৰ পৰা ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাই। ঐতিহাসিক চৰাইদেউ জিলাৰ আয়ুক্ত কাৰ্যালয়ত ভাৰ্চুৱেল কোঠাত আজি কেবিনেট মন্ত্ৰী বিমল বৰাই আজি অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত চলা কেবিনেটৰ বৈঠকত অংশগ্ৰহণ কৰে। আজিৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেটে। বৈঠকত মুখ্যমন্ত্রীয়ে মুকলি কৰে ‘শ্রদ্ধ
Read More News
T & CPrivacy PolicyContact Us