This browser does not support the video element.
নাজিৰা: "কা"ৰ যোগেদি নাগৰিকত্বৰ বাবে আবেদনৰ ম্যাদ বৃদ্ধি কৰাৰ বিৰোধীতাৰ নাজিৰাত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
Nazira, Sivasagar | Sep 3, 2025
"কা"ৰ যোগেদি নাগৰিকত্বৰ বাবে আবেদনৰ ম্যাদ বৃদ্ধি কৰাৰ বিৰোধীতাৰে নাজিৰাত বুধবাৰে প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কংগ্ৰেছৰ।প্ৰতিকৃতি দাহ কৰাত আৰক্ষীৰ বাধা।অসমত নাগৰিকত্ব সংশোধনী আইনক লৈ বিৰোধিতা - প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অসমৰ জনগণৰ এই প্ৰতিবাদক নেওচি বি জে পি নেতৃত্বাধীন চৰকাৰে " কা "ৰ যোগেদি নাগৰিকত্বৰ বাবে ম্যাদ বৃদ্ধি কৰি ২০২৪ চনৰ ৩১ কৰাৰ তীব্ৰ বিৰোধিতা কৰি গৰজি উঠিছে বিৰোধী কংগ্ৰেছ দল ।