This browser does not support the video element.
জলহ ভাগ: শিমলাগুৰি উদয়নগৰ গাঁৱৰ আই মাতৃসকলৰ সৈতে সভা অনুষ্ঠিত কৰে বিজেপিৰ প্ৰাৰ্থী গৌতম দাসে
Jalah Part, Baksa | Sep 9, 2025
আজি মথনগুৰী পৰিষদীয় সমষ্টিৰ পশ্চিম হাউলী VCDC ৰ অন্তৰ্গত শিমলাগুৰী উদয়নগৰ গাঁওৰ আই মাতৃ সকলৰ সৈতে সভা অনুষ্ঠিত বিজেপিৰ প্ৰাৰ্থী গৌতম দাসৰ।উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে, পশ্চিম হাউলী VCDC ৰ অধ্যক্ষ অদ্বিতী দাস, সেই গাঁওৰে জ্যেষ্ঠ ব্যক্তি যোগেন্দ্ৰ নাথ মেধি, অমিয় পাটোৱাৰীকে ধৰি দলীয় বিষয়ববীয়া তথা উপস্থিত ৰাইজ সকল।