Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ওৰাঙত চাহ জনগোষ্ঠী মহিলা মৰ্চা সমিতি গঠনৰ উদেশ্যে সভাত MCLA দিপক মৌৰৰ অংশগ্ৰহণ

Udalguri, Udalguri | Aug 23, 2025
আজি পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ পশ্চিম চামুৱাপাৰা বুথৰ অন্তৰ্গত চাহ জনগোষ্ঠী মহিলা মৰ্চা সমিতি গঠন কৰা হ়য়। সভাত পাঁচনৈ সমষ্টিৰ তপ্তাৱধায়ক গুৰুজ্যোতি দাস, MCLA দীপক মৌৰ,ৰাজ্যিক কাৰ্যকৰী সদস্য জিতু কিষান, মণ্ডল সভাপতি জীৱন ডেকা, মহিলা মৰ্চা সভানেত্ৰী জয়ন্তী গোড়ঁ, vcdc সভাপতি দিব্যজ্যোতি শইকীয়া, বুথ সভাপতি বুবুল মাহাতো উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us