Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: জুবিন গাৰ্গৰ মৃত্যুত এন,এচ,ইউ,আই শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ঢেকীয়াজুলিত ঁশ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Dhekiajuli Part, Sonitpur | Sep 22, 2025
জুবিন গাৰ্গৰ মৃত্যুত সোমবাৰে সন্ধিয়া ৬ বজাত এন,এচ,ইউ,আই শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ঢেকীয়াজুলিত ঁশ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে ৷ উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এন,এচ,ইউ,আই ৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সৰ্বত্ৰে গভীৰ শোঁকৰ ছা পৰিছে ৷ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰিয় শিল্পী গৰাকীক সোঁৱৰি জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি ৷
Read More News
T & CPrivacy PolicyContact Us