বুধবাৰে পুৱা প্ৰায় ১০ মান বজাত ধনশিৰিত পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ ধনশিৰি মণ্ডল কমিটিৰ উদ্যোগত ৬৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে হৰঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ কৰ্মী সকলে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ ভাৰত মাতা কি জয়, বন্দে মাতৰম আদি শ্লগান দি সমদল বাহিৰ কৰে ৷ উক্ত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম তিলোত্তমা হাষ্ণুৱে কৃষ্ণ উপস্থিত থাকে ৷