This browser does not support the video element.
ডিফু: ডিফুত তেজপুৰ আৰু গোলাঘাট মহা বিদ্যালয়ৰ কাৰ্বি ছাত্ৰ সন্থাৰ সঁজাতি দলৰ কাকৰ ইএম ৰিচাৰ্ড টকবীক সাক্ষাৎ
Diphu, East Karbi Anglong | Aug 30, 2025
শণিবাৰে দিনৰ প্ৰায় ১২ মান বজাত ডিফুৰ চৰকাৰী বাসভৱনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম ৰিচাৰ্ড টকবীক সাক্ষাৎ কৰে তেজপুৰ আৰু গোলাঘাট মহাবিদ্যালয়ৰ কাৰ্বি ছাত্ৰ সন্থাৰ সঁজাতি দলে ৷ সঁজাতি দলটোৱে ইএম ৰিচাৰ্ড টকবীক সাক্ষাৎ কৰি শৈক্ষিক দিশ বোৰ আলোচনা কৰাৰ লগতে তেওঁলোকৰ অভাৱ-অভিযোগ বোৰৰ বিষয়ে ইএম গৰাকীক অৱগত কৰে ৷ ইএম গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ উদ্দেশ্য আৰু লক্ষ্যবোৰ সফল ৰূপায়ণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷