This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: চাইবাৰ ক্ৰাইমৰ লগত জৰিত থকৰা অভিযোগত উত্তৰ প্ৰদেশৰ ৩ গৰাকী লোকক আটক কৰি ঢেকীয়াজুলি আৰক্ষী থানাত জেৰা
Dhekiajuli Part, Sonitpur | Aug 25, 2025
চাইবাৰ ক্ৰাইমৰ লগত জৰিত থকৰা অভিযোগত উত্তৰ প্ৰদেশৰ ৩ গৰাকী লোকক আটক কৰি সোমবাৰে বিয়লি ৩ বজাত ঢেকীয়াজুলি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে বিগত কিছুদিনৰ পৰা এটা চক্ৰই ঢেকীয়াজুলিৰ বিভিন্ন অঞ্চলৰ বিভিন্নজনৰ বেংক একাউণ্টৰ পৰা অতি কৌশলেৰে ধন সৰকাইছিল ৷ ঢেকীয়াজুলিত বাসৰ পতা উত্তৰ প্ৰদেশৰ এই দলটোক এক গোপন তথ্যৰ ভিত্তিত ঢেকীয়াজুলি আৰক্ষীয়ে তদন্তৰ বাবে আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷