Download Now Banner

This browser does not support the video element.

ঢকুৱাখানা ভাগ: ঢকুৱাখনাত হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৰাইজ তথা দল সংগঠনৰ

Dhakuakhana Part, Lakhimpur | Sep 19, 2025
শোক স্তব্ধ ৰাজ্যবাসী। ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে।নৰ্থ ইষ্ট ফেষ্টিবেলত অংশ ল'বলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ।হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যত বৈছে শোকৰ বন্যা।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালভাৱে লখিমপুৰ জিলাৰ ঢকুৱাখনাত শুক্ৰবাৰে সন্ধিয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাই শিল্পী গৰাকীলৈ বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে ।
Read More News
T & CPrivacy PolicyContact Us