This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: ১ নং বগীবীলত বিজেপিৰ বুথ সভানেত্ৰীক শাৰীৰিক নিৰ্য্যাতন চলোৱাৰ বিৰুদ্ধে ন্যায় দাবীত প্ৰতিবাদ সাব্যস্ত ৰাইজৰ
North Lakhimpur, Lakhimpur | Sep 5, 2025
লখিমপুৰ জিলাৰ ৰামপুৰ বগীবীল গাওঁ পঞ্চায়ত ১০ নং ৱাৰ্ডৰ সদস্য তথা ৰামপুৰ বগীবীল পঞ্চায়তৰ উপ সভাপতি দিগন্ত পেগুৱে পঞ্চায়ত চৌহদত যোৱা ১ ছেপ্টেম্বত ১ নং বগীবীল বুথৰ সভানেত্ৰী সুমিত্ৰা মিলি দলেক শাৰীৰিক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।ঘটনা সন্দৰ্ভত ইতিমধ্যে ১ নং বগীবীল বুথ সভানেত্ৰী সুমিত্ৰা মিলি দলেই চিলনীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৰামপুৰ বগীবীল গাওঁ পঞ্চায়ত ১০ নং ৱাৰ্ডৰ সদস্য তথা ৰামপুৰ বগীবীল পঞ্চায়তৰ উপ সভাপতি দিগন্ত পেগুৰ বিৰুদ্ধে ।