Download Now Banner

This browser does not support the video element.

গুৱাহাটী: গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত লাখ লাখ জুবিনৰ অনুৰাগী, সৰুসজাইত অসংখ্য অনুৰাগীয়ে বাট চাই ৰৈছে জুবিনৰ নশ্বৰ দেহলৈ

Guwahati, Kamrup Metropolitan | Sep 21, 2025
দেওবাৰে গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত লাখ লাখ অনুৰাগী। সৰুসজাইত অসংখ্য অনুৰাগীয়ে বাট চাই ৰৈছে জুবিনলৈ। সৰুসজাইত সমবেত হাজাৰ হাজাৰ লোক। প্ৰিয় শিল্পীক শেষ শ্ৰদ্ধা জনাবলৈ নিশাই প্ৰৱেশ গুণমুগ্ধৰ। হাতে হতে জুবিনৰ ফটো লৈ আহিছে জুবিন গাৰ্গৰ অনুৰাগী সকলে।
Read More News
T & CPrivacy PolicyContact Us