This browser does not support the video element.
ডিফু: ডিফুত গোলাঘাট মহা বিদ্যালয়ৰ কাৰ্বি ছাত্ৰ সন্থাৰ সঁজাতি দলৰ কাকৰ এমএচি মংবে ৰংপিক সাক্ষাৎ
Diphu, East Karbi Anglong | Aug 30, 2025
শণিবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত ডিফুৰ বাসভৱনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এমএচি মংবে ৰংপিক সাক্ষাৎ কৰে গোলাঘাট মহাবিদ্যালয়ৰ কাৰ্বি ছাত্ৰ সন্থাৰ সঁজাতি দলে ৷ সঁজাতি দলটোক নেতৃত্ব দিছিল সভাপতি মুক্ৰাং ক্ৰ' আৰু সাধাৰণ সম্পাদক পিনচং ৰংপিয়ে ৷ সঁজাতি দলটোৱে ইএম ৰিচাৰ্ড টকবীক সাক্ষাৎ কৰি শৈক্ষিক দিশ বোৰ আলোচনা কৰাৰ লগতে বিভিন্ন বিষয়কলৈ মত বিনিময় কৰে ৷ তেওঁলোকৰ অভাৱ-অভিযোগ বোৰৰ বিষয়ে এম এচি গৰাকীক অৱগত কৰে ৷