Download Now Banner

This browser does not support the video element.

ধেমাজি: আমগুৰিত অসম গণ পৰিষদৰ ৰাজ্যিক সাধাৰণ সম্পাদক তুলন কোঁৱৰ উপস্থিতিত গুৰুত্ব পূৰ্ণ সভা

Dhemaji, Dhemaji | Sep 3, 2025
আমগুৰিত অসম গণ পৰিষদৰ ৰাজ্যিক সাধাৰণ সম্পাদক তুলন কোঁৱৰ উপস্থিতিত গুৰুত্ব পূৰ্ণ সভা বুধ বাৰে আবেলি প্ৰায় 5 মান বজাত চিচিবৰ গাঁও সমষ্টিৰ আমগুৰি পঞ্চায়তৰ ৰধলা অঙ্গনাৱাডী কেন্দ্ৰৰ প্ৰাংগনত অসম গণ পৰিষদৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত তৃণমূল পৰ্যায়ত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰ আলোচনা কৰা লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা হ
Read More News
T & CPrivacy PolicyContact Us