Download Now Banner

This browser does not support the video element.

বৰক্ষেত্ৰী: নলবাৰীৰ মুকালমুৱাৰ মেধিপাৰাত উলহ মালহেৰে গনেশ পুজা পালন

Barkhetri, Nalbari | Aug 27, 2025
আজি গনেশ চতুৰ্থী।মুকালমুৱাৰ মেধিপাৰাত উলহ মালহেৰে গনেশ পুজা পালন।ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে মুকালমুৱা মেধিপাৰাতো গনেশ মন্দিৰট গনেশ চতুৰ্থী উদযাপন কৰা হৈছে৷ৰাতিপুৱাৰ পৰা মেধিপাৰাৰ গনেশ মন্দিৰত দেখা গৈছে ভক্তৰ ভীৰ৷হাতত চাকি নৈবদ্য লৈ গনেশ মন্দিৰটোত আশিৰ্বাদ বিচাৰি ভক্তৰ ভীৰ দেখা গৈছে।
Read More News
T & CPrivacy PolicyContact Us