Download Now Banner

This browser does not support the video element.

হাজো: বামুন্দীত এখন বিদ্যালয়ৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰহাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰণক কন্দৰ্প কুমাৰ শৰ্মাৰ

Hajo, Kamrup | Sep 8, 2025
বামুন্দীত এখন ব্যক্তিগত বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰহাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰণক কন্দৰ্প কুমাৰ শৰ্মাৰ। সোমবাৰে সংবাদমাধ্যমৰ আগত সমগ্ৰ ঘটনা বিৱৰি ক'লে ভুক্তভোগীয়ে। বিদ্যালয়ৰ কোঠা বন্ধ কৰি লাঠিৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীজনক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰণক কন্দৰ্প কুমাৰ শৰ্মাই।
Read More News
T & CPrivacy PolicyContact Us