Install App
publicamguri
This browser does not support the video element.
নাজিৰা: গেলেকী কল গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, বাহনৰ খুন্দাত ভাঙিল মানুহৰ ঘৰৰ পকী দেৱাল,বাহনৰ পৰা ৰাইজে উদ্ধাৰ কৰিলে ৫টাকৈ চুৰি গৰু
Nazira, Sivasagar | Aug 21, 2025
গেলেকীৰ কল গাঁওত বৃহস্পতিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।বাহনৰ খুন্দাত ভাঙি পৰিল মানুহৰ ঘৰৰ পকী ৱাল,বাহনৰ পৰা ৰাইজে উদ্ধাৰ কৰিলে ৫টাকৈ চুৰি গৰু।গেলেকী আৰক্ষীয়ে বাহন খনৰ পৰা এটা মোবাইল জব্দ কৰিছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!