Download Now Banner

This browser does not support the video element.

নাজিৰা: জিলা প্ৰশাসনৰ উদ্যোগত নাজিৰা নাট্যমন্দিৰত সজাগতা সভা অনুষ্ঠিত

Nazira, Sivasagar | Sep 4, 2025
নাজিৰা সমজিলাত মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান, বাল্য বিবাহ আৰু গৰ্ভৱতী কিশোৰীৰ সামাজিক সমস্যা সন্দৰ্ভত জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে নাজিৰা নাট্যমন্দিৰত সজাগতা সভা সম্পন্ন। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ পৃষ্ঠপোষকতাত লগতে স্বাস্থ্য বিভাগ, জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয় আৰু জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়ৰ সহযোগত সজাগত সভা অনুষ্ঠিত হয়।
Read More News
T & CPrivacy PolicyContact Us