Install App
nalbarinews
This browser does not support the video element.
নলবাৰী: মোহখলীত উপস্থিত DIG ইন্দ্ৰানী বৰুৱা,ডকাইতে প্ৰাণ লোৱা প্ৰমোদ চন্দ্ৰ বৰ্মনৰ বাসগৃহত উপস্থিত DIG
Nalbari, Nalbari | Aug 30, 2025
নলবাৰীৰ মোহখলীত উপস্থিত DIG ইন্দ্ৰানী বৰুৱা।মোহখলীত ডকাইতে প্ৰাণ লোৱা প্ৰমোদ চন্দ্ৰ বৰ্মনৰ গৃহত উপস্থিত DIG গৰাকী ।ইফালে সংবাদমাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় য়ে তদন্ত চলি আছে ।CID টীমে উপস্থিত হৈ তদন্ত কৰিছে বুলি জানিবলৈ দিয়ে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!