This browser does not support the video element.
জলহ ভাগ: মথনগুৰী বিভিন্ন স্থানত আগন্তুক নিৰ্বাচন লৈ সভা অনুষ্ঠিত বিজেপিৰ প্ৰাৰ্থী গৌতম দাসৰ
Jalah Part, Baksa | Sep 12, 2025
আজি মথনগুৰী সমষ্টিৰ পশ্চিম হাউলী VCDC ৰ শিমলাগুৰি গাঁও, মৈৰাঝাৰ VCDC ৰ মৈৰাঝাৰ পথাৰ গাঁও আৰু নিমুৱা VCDC ৰ কাটাঝাৰ গাঁওৰ বড়ো চুপাৰ ৰাইজৰ সৈতে সভা অনুষ্ঠিত কৰে বিজেপিৰ প্ৰাৰ্থী গৌতম দাসে । আগন্তুক বিটিচি নিৰ্বাচন লৈ ব্যস্ত হৈ পৰিছে বিজেপিৰ প্ৰাৰ্থী গৌতম দাসে । মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী গৌতম দাসৰ সৈতে উপস্থিত থাকে মথনগুৰী মণ্ডল কমিটিৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।