Install App
mobarak.officialpage
This browser does not support the video element.
জলহ ভাগ: গোবৰ্ধনা উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিটিআৰ চৰকাৰৰ ফালৰ পৰা আত্ম সহায়ক গোট সমূহলৈ প্ৰদান কৰা তেবুল,চকি বিতৰণ
Jalah Part, Baksa | Aug 23, 2025
আজি গোবৰ্ধনা উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিটিআৰ চৰকাৰৰ ফালৰ পৰা আত্ম সহায়ক গোট সমূহলৈ প্ৰদান কৰা তেবুল, চকি বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ EM গৌতম দাসৰ । এই অনুষ্ঠানত উপস্থিত থাকে, BPM জংচন বৰগয়াৰী, মৃণাল দেৱ নাথ আৰু অমৰ নাথৰ লগতে গোবৰ্ধনা উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মসহায়ক গোট সমূহৰ সদস্যা সকল।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!