This browser does not support the video element.
বৰপেটা: বৰপেটাৰোড সাহিত্য সভা আৰু বৰপেটাৰোড ডেফলপমেন্ট ফৰামৰ উদ্যোগত অসমৰ কণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
Barpeta, Barpeta | Sep 25, 2025
বৰপেটাৰোড সাহিত্য সভা আৰু বৰপেটাৰোড ডেফলপমেন্ট ফৰামৰ উদ্যোগত অসমৰ কণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি । আজি বৰপেটাৰোডত হিয়াৰ আমঠু জুবিন গাৰ্গ'ৰ আত্মাৰ চিৰশান্তি কামনাৰে ৩০০ পুৰুষ-মহিলাৰ দ্বাৰা থিয় নামৰ আয়োজন। অসমৰ কণ্ঠ জুবিন গাৰ্গ'ক যে আমাৰ মাজত নাই আমি মানি ল'ব পৰা নাই, বুকুত এচোপাৰা শিল থৈ আমি কবলৈ বাধ্য হৈছো অসমৰ হাৰ্থথুৱ জুবিন গাৰ্গ' ক আৰু আমাৰ মাজত এইদৰে সংবাদ মাধ্যমৰ আগত কান্দি কান্দি কৈ বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি অৰুপ কুমাৰ বায়ন।