Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত বিজেপিৰ বিশেষ পুণৰীক্ষণ সভা, উপস্থিত কাকৰ এমএচি কৃষ্ণ ভট্টৰায়

Diphu, East Karbi Anglong | Sep 12, 2025
শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫ মান বজাত ডিফু চাৰিমাইলস্থিল বিজেপি কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ বিশেষ পুণৰীক্ষন সভা অনুষ্ঠিত হয় ৷ সভাখনত বিজেপিৰ সেৱা পখৱাড়া আৰু সাংগঠনিক কাৰ্যসূচী ৰূপায়নৰ পৰিকল্পনা কৰা হয় ৷ উক্ত সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এমএচি কৃৃৃৃষ্ণ ভট্টৰায় আৰু পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰলেণ্ড কিলিঙ উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us