Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: উজনি অসমত মুছলমানক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে ঢেকীয়াজুলিত ক্ষোভিত নেমছু’ৰ কেন্দ্ৰীয় সভাপতি

Dhekiajuli Part, Sonitpur | Aug 3, 2025
উজনি অসমত মুছলমানক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে দেওবাৰে বিয়লি অনুমানিক ৫ বজাত ঢেকীয়াজুলিত ক্ষোভিত হৈ পৰিছে নেমছু’ৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম ৷ উজনিত একাংশ ভাৰতীয় মুছলমানক মাৰপিট কৰাৰ লগতে বিভিন্ন অত্যাচাৰ কৰাৰ অভিযোগ বদৰুল ইছলামৰ। আনকি অখিল গগৈৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে নেতাগৰাকীয়ে। উজনিত মুছলমানৰ ওপৰত কৰা আক্ৰমন, ভয়-ভাবুকি বন্ধ কৰাৰ বাবে চৰকাৰ আৰু আৰক্ষীয়ে আইনগত ব্যৱস্থা লওঁক আজি এই দাবী বদৰুল ইছলামৰ ৷
Read More News
T & CPrivacy PolicyContact Us