Download Now Banner

This browser does not support the video element.

নাজিৰা: গান্ধী ময়দানত নাজিৰা ব্লক কংগ্ৰেছৰ উদ্যোগত নাগালেণ্ডে অসমৰ ভূমি আগ্ৰাসন কৰা কাৰ্যৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট

Nazira, Sivasagar | Aug 22, 2025
নাজিৰা গান্ধী ময়দানত শুক্ৰবাৰে নাজিৰা ব্লক কংগ্ৰেছৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ।নাগালেণ্ডে অসমৰ ভূমি আগ্ৰাসন, অসমৰ মুখ্যমন্ত্ৰীৰ নিৰৱ ভূমিকাৰ বিৰুদ্ধে ৰূপায়ণ কৰা কাৰ্যসূচীত নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us