Download Now Banner

This browser does not support the video element.

সোণাৰি: আয়ুক্তয়ে ১৫ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিজ নিজ বাসগৃহত উপস্থিত হৈ ৰাজ্যপাল অসম বৰিষ্ঠ শিক্ষক সন্মানৰ সম্বৰ্ধনা জ্ঞাপন

Sonari, Charaideo | Sep 5, 2025
অসমৰ মাননীয় ৰাজ্যপালে ৰাজ্যৰ বয়োজ্যেষ্ঠ অৱসৰপ্ৰাপ্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে, তেওঁলোকৰ আজীৱন নিষ্ঠা আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদানৰ স্বীকৃতি স্বৰূপে "ৰাজ্যপাল অসম বৰিষ্ঠ শিক্ষক সন্মান" শীৰ্ষক এক পদক্ষেপ আৰম্ভ কৰিছে।যিসকল প্ৰাথমিক পৰ্যায়ৰ শিক্ষাগুৰুৱে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই কনকন ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন গঢ়াত সহায়ক হিচাপে কাম কৰি আহিছে, তেনেসকল শিক্ষকক আজিৰ শিক্ষক দিৱসৰ দিনটোত চৰাইদেউ জিলাৰ জিলা প্ৰশাসনে বিশেষভাৱে সম
Read More News
T & CPrivacy PolicyContact Us