This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: নগৰত গণেশ চতুৰ্থী পালন, গণেশ মন্দিৰত প্ৰায় দুই হাজাৰ ভক্তৰ সমাগম
North Lakhimpur, Lakhimpur | Aug 27, 2025
আজি গণেশ চতুৰ্থী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰে গণেশ চতুৰ্থী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে উত্তৰ লখিমপুৰতো গণেশ চতুৰ্থী পালন হয়।উত্তৰ লখিমপুৰৰ গণেশ মন্দিৰতো বুধবাৰে ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰে । গণেশ চতুৰ্থী উপলক্ষে গণেশ মন্দিৰত বুধবাৰে প্ৰায় দুই হাজাৰ লোক একত্ৰিত হৈ পুজা অৰ্চনাৰে গণেশ চতুৰ্থী পালন কৰে বুলি জানিব পৰা গৈছে ।