Install App
shivbhakti
This browser does not support the video element.
গৰৈমাৰী: গৰৈমাৰীত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু,মৃত যুৱকজন গৰৈমাৰী সত্ৰ গাঁৱৰ সঞ্জীৱ মণ্ডল,চিকিৎসালয়ত চিকিৎসকে মৃত ঘোষণা কৰে
Goroimari, Kamrup | Sep 2, 2025
মঙলবাৰে দক্ষিণ কামৰূপৰ গৰৈমাৰীত অঘটন।বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু। মৃত যুৱকজন গৰৈমাৰী সত্ৰ গাঁৱৰ সঞ্জীৱ মণ্ডল। নিজ গৃহৰ চিলিং ফেনখন ঠিক কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হয় যুৱকজন। লগে লগে অচেতন অৱস্থাত যুৱকজনক গৰৈমাৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদি চিকিৎসালয়ত চিকিৎসকে মৃত ঘোষণা কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!