Download Now Banner

This browser does not support the video element.

সোণাৰি: বিমলাপুৰ নামগৃহৰ নামত দুষ্ট চক্ৰই কোটি টকীয়া লটাৰী খেল পাতি প্ৰৱঞ্চনা কৰাক লৈ বৰহাট আৰক্ষীক এজাহাৰ দাখিল মন্দিৰ সমিতিৰ

Sonari, Charaideo | Aug 27, 2025
লটাৰীৰ নামত বৃহৎ প্ৰৱঞ্চনা, বিমলাপুত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামগৃহৰ নামত ভূৱা লটাৰী খেল প্ৰচলন।এচাম দুষ্ট চক্ৰই অবিৰাম গতিত ভূৱা লটাৰী খেলৰ যোগেদি বৃহৎ অৰ্থ উপাৰ্জনত নামি পৰিছে।দুষ্ট চক্ৰটোৰ প্ৰলোভনত পৰি বহু লোকে লটাৰী টিকট ক্ৰয় কৰিছে।চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত বিমলাপুৰ অঞ্চলৰ লাহদৈ শংকৰ জ্যোতি প্ৰাথমিক শাখাৰ নামঘৰৰ সাহাৰ্য্যৰ অৰ্থে উপহাৰ কুপন খেলে সমগ্ৰ অঞ্চলটোত কৌতুহল সৃষ্টি কৰিছে।এক নং চৰাইপুং গাঁৱৰ ঐতিহাসিক লাহদৈগড়ৰ কাষত থকা শ্ৰীমন্ত শংকৰদেৱ সং
Read More News
T & CPrivacy PolicyContact Us