Install App
ud.news
This browser does not support the video element.
গোলাঘাট: গোলাঘাটত মন্ত্ৰী অতুল বৰা, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ উপস্থিতিত অগপৰ সাংগঠনিক সভা, ৪ সমষ্টি সমিতিৰ বিষয়ববীয়াৰ অংশগ্ৰহণ
Golaghat, Golaghat | Sep 8, 2025
গোলাঘাটত সোমবাৰে সন্ধ্যা প্ৰায় ৭ মান বজাত মন্ত্ৰী অতুল বৰা, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ উপস্থিতিত অগপৰ সাংগঠনিক সভা, ৪ বিধানসভা সমষ্টি সমিতিৰ বিষয়ববীয়াৰ অংশগ্ৰহণ। দেৰগাঁও, সৰুপথাৰ, গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টি সমিতিৰ বিভিন্ন দায়িত্বত থকা দলীয় বিষয়ববীয়াসকলৰ সৈতে বৈঠকত মিলিত হয় দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা। সভাত অগপৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি তথা দলৰ সাংগঠনিক কাৰ্যকলাপৰ সম্পৰ্কত আলোচনা কৰা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!