Download Now Banner

This browser does not support the video element.

ডিফু: থেপলি অৰামত স্থানীয় নেতা সকলৰ সৈতে বৈঠক পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি আগষ্টিন ইংহিৰ

Diphu, East Karbi Anglong | Aug 26, 2025
মঙলবাৰে বিয়লি প্ৰায় তিনিমান বজাত থেপলি অৰামত স্থানীয় কংগ্ৰেছ নেতা সকলৰ সৈতে এক গঠনমূলক আৰু গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় জিলা কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহিয়ে ৷ নেতা সকলৰ সৈতে সভাপতি গৰাকীয়ে বিভিন্ন বিষয়কলৈ আলোচনা কৰাৰ লগতে অনুষ্ঠিতব্য ৰাজহুৱা সভাৰ বিষয়েও আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ৷
Read More News
T & CPrivacy PolicyContact Us