Download Now Banner

This browser does not support the video element.

সোণাৰি: শিঙৰাজান কছাৰী গাঁওৰ এগৰাকী মহিলাৰ ৰহস্যজনক আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে

Sonari, Charaideo | Aug 24, 2025
চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ভজো শিঙৰাজান কছাৰী গাঁওত এগৰাকী মহিলাৰ আত্মহত্যা। ৰহস্যজনক ভাৱে এগৰাকী মহিলাই আত্মহত্যা কৰা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা অনুসৰি ভজো শিঙৰাজান কছাৰী গাঁওৰ নিবাসী গোবিন তেলীৰ পত্নী তথা এটি তিনি বছৰীয়া শিশুৰ মাতৃ পূৰ্ণম চাহু নামৰ মহিলা গৰাকীয়ে আত্মহত্যা কৰে। ঘৰত কোনো নথকা অৱস্থাত এই ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে। নিশা গোবিন তেলীৰ কাষৰে গাঁৱত বসবাস কৰা দেউতাকৰ ঘৰত পূজাত অংশগ্ৰহণ কৰি আজি পুৱা
Read More News
T & CPrivacy PolicyContact Us