ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ কেহেৰুখন্দাত সংঘটিত হয় মাৰপিটৰ ঘটনা ৷ উল্লেখ্য যে কেহেৰুখন্দাত এখন হোটেলত সামান্য কথাতে দীপাংকৰ দাস নামৰ এগৰাকী যুৱকক মাৰপিট কৰাৰ অভিযোগ উঠিছে ৷ এই সন্দৰ্ভত ন্যায় বিছাৰি আৰক্ষীৰ কাষ চাপিছে যুৱকজন ৷ লক্ষ্যনীয় বিষয় এয়াই যে কেহেৰুখন্দাত বিগত কেইদিনমানৰ পূৰ্বে সংঘটিত হৈছিল মাৰপিটৰ ঘটনা ৷ আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এই ঘটনাৰ প্ৰকৃত ৰহস্য ৷