Download Now Banner

This browser does not support the video element.

পশ্চিম নলবাৰী: বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ত মহাষষ্ঠীৰ হাতীত উঠাই আনিলে ৰামকলগছৰ দেৱী

Pachim Nalbari, Nalbari | Sep 28, 2025
আজি মহাষষ্ঠী।ষষ্ঠীৰ বেদিত প্ৰতিষ্ঠা হব শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা।নলবাৰী জিলাৰ বিল্বেশ্বৰ দেৱালয়তো দেৱীক হাতীৰ পিঠিত উঠাই আনিছে দেৱালয়লৈ।দেৱীৰ আগমন ঘটিছে হাতীত।সেয়েহে জীৱন্ত হাতীৰ পিঠিত উঠাই অনা হ'ব দেৱীৰ প্ৰতীকী ৰূপত এডাল ৰাম কল গছৰ পুলি।নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয় পূজা পৰিচালনা সমিতিয়ে এক আধ্যাত্মিক পৰিবেশৰ মাজেৰে এটি জীৱন্ত হাতী লৈ আৰম্ভ কৰি আনিছে শোভাযাত্ৰা।ঢকুৱা বন্ধাৰ পৰা লৈ অনা হয় শোভাযাত্ৰাৰে দেৱীৰ ৰূপত এটি ৰাম কল গছৰ পুলি।
Read More News
T & CPrivacy PolicyContact Us