Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: জুনুবস্তিত আছা'ৰ উজ্জ্বলপুৰ ,কয়লামাৰী আঞ্চলিকৰ উদ্যোগত ছাত্ৰনেতা বিনোদ ধান সোঁ‌ৱৰণি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা

North Lakhimpur, Lakhimpur | Aug 24, 2025
শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত তৰুণসকলক বিশেষ উৎসাহ দিয়া লখিমপুৰৰ এজন বিশেষ আদিবাসী ছাত্ৰনেতা প্ৰয়াত 'বিনোদ ধান'ক সোঁ‌ৱৰণ কৰাৰ প্ৰয়াসেৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ 'আছা'ৰ উজ্জ্বলপুৰ-কয়লামাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জুনুবস্তি-ৰঙাজানবাসী ৰাইজৰ সহযোগত জুনুবস্তি খেলপথাৰত দেওবাৰে 'ছাত্ৰনেতা বিনোদ ধান সোঁ‌ৱৰণি চলন্ত ট্ৰফী' ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় । চূড়ান্ত খেলত জহিং এফচিয়ে চেম্পিয়নৰ খিতাপ দখল কৰে।
Read More News
T & CPrivacy PolicyContact Us