Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: বঙালমৰাৰ ২ নং আহমেদপুৰত ১৯ টা কন্টেইনাৰৰ সৈতে এজনক আটক আৰক্ষীৰ

Bihpuria, Lakhimpur | Sep 16, 2025
লখিমপুৰৰ বঙালমৰাত আৰক্ষীৰ অভিযান। বঙালমৰাৰ ২ নং আহমেদপুৰত অভিযানত মঙ্গলবাৰে উদ্ধাৰ সন্দেহযুক্ত হেৰ‌ইন। গ্ৰেপ্তাৰ ছাদ্দাম হুছেইন নামৰ এজন যুৱক। ছাদ্দাম হুছেইনৰ ঘৰত বঙালমৰা, বিহপুৰীয়া, শিমলুগুৰি আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানত উদ্ধাৰ ১৯ টা সন্দেহযুক্ত ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ,৫৭ টা খালি কণ্টেইনাৰ। জব্দ এটা মোবাইল ফোন।
Read More News
T & CPrivacy PolicyContact Us