Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: মধুপুৰৰ পৰা চতিয়ালৈ গুৰু-আসন আদৰণিৰ ধর্মীয় শোভাযাত্রা, বিধায়কৰ অংশগ্ৰহণ

Biswanath, Biswanath | Aug 31, 2025
অসম বৈদিক বৈষ্ণৱ মহাসভা বিশ্বনাথ আঞ্চলিক আৰু প্ৰগতি সমাজৰ সৌজন্যত, শাখা সমিতিৰ সহযোগত আৰু অসম বৈদিক বৈষ্ণৱ মহাসভা বিশ্বনাথ আঞ্চলিক আৰু প্ৰগতি সমাজৰ নামঘৰৰ গুৰু-আসন প্রতিষ্ঠা সমিতিৰ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ ঘাট যোৱা পথৰ মধুপুৰত নতুন নামঘৰৰ পৰা চতিয়া স্থিত চতিয়ালচুক গাঁওৰ ভাস্কৰ্য শিল্পী মনজিৎ হাজৰিকা বাসগৃহৰপৰা নিৰ্মাণ কৰা গুৰু আসনভাগ নামঘৰলৈ অনাৰ উপলক্ষে সৰু বৰ বাহন লৈ বিভিন্ন অঞ্চলৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে।
Read More News
T & CPrivacy PolicyContact Us