Download Now Banner

This browser does not support the video element.

সোণাৰি: ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে সোনাৰি আৰক্ষীৰ তীব্ৰ অভিযান, বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সহ ন জৱকাত এজনক আটক

Sonari, Charaideo | Sep 7, 2025
বৰ্তমান সময়ত সুস্থ সমাজৰ প্ৰধান শত্ৰু হিচাপে থিয় দিয়া‌ ড্ৰাগছৰ গ্ৰাসত চৰাইদেউ জিলা। সোনাৰি আৰক্ষীৰ তৎপৰতাত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনায়ে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে ইয়াৰ আঁৰত জড়িত চক্ৰটো উৎখাত কৰিবলৈ আৰক্ষীয়ে চলোৱা অভিযানত ইতিমধ্যে বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে ৷ চৰাইদেউ আৰক্ষী অধীক্ষক সুৰজিত পানেশ্বৰ নিৰ্দেশ মৰ্মে ,DSP ডিম্পল কুমাৰ মড়ল,DSP লিলা বড়া ,আৰু সোনাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী চৰন মহন চেতিয়াই চলোৱা অভিযানত
Read More News
T & CPrivacy PolicyContact Us