Download Now Banner

This browser does not support the video element.

ডিফু: প্ৰখৰ গৰমৰ মাজত ডিফুত ১১ মাহে দৰমহা বঞ্চিত জলসিঞ্চন বৈঠালাংচ সংমণ্ঠলৰ অৱস্থান ধৰ্ণা ৰূপায়ণ

Diphu, East Karbi Anglong | Sep 10, 2025
বুধবাৰে দিনৰ ১২ মান বজাত প্ৰখৰ গৰমৰ মাজতো ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ সন্মূখত জলসিঞ্চন বৈঠালাংচ সংমণ্ডলৰ M/R, FIXED PAY আৰু CASUAL EMPLOYEES য়ে তেওঁলোকৰ বকেয়া দৰমহা আদায়ৰ দাবীত অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিগত ১১ মাহে সংমণ্ডলটোৰ ১৪৭ গৰাকী কৰ্মচাৰীয়ে তেওঁলোকৰ দৰমহাৰ পৰা বঞ্চিত হৈ আছে বুলি ক্ষোভ উজাৰি শীঘ্ৰে বকেয়া দৰমহা সমূহ মুকলি কৰিবলৈ দাবী জনায় ৷
Read More News
T & CPrivacy PolicyContact Us