This browser does not support the video element.
ডিফু: বোকাজানত বিজেপিৰ মণ্ডল সমিতিৰ কৰ্মশালা, উপস্থিত বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন
Diphu, East Karbi Anglong | Sep 11, 2025
বৃহস্পতিবাৰে বিয়লি প্ৰায় তিনিমান বজাত বোকাজান ক্ৰীড়া সন্থাৰ প্ৰেক্ষা গৃহত বোকাজান বিজেপিৰ মণ্ডল বিজেপিৰ এক কৰ্মশালা অনুষ্ঠিত হৈ যায় ৷ উক্ত কৰ্মশালাত মুখ্য অতিথি হিছাপে উপস্থিত থাকে বিধা সভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাঃ নোমল মমিন৷ তদুপৰি কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ ইএম মাধুৰ্য ঢেকিয়াল ফুকন, বিজেপিৰ শীৰ্ষ নেতা -কৰ্মী আৰু বোকাজান মণ্ডলৰ বিজেপিৰ কৰ্মকৰ্তা সকলো উপস্থিত থাকে ৷ কৰ্মশালাত দলক শক্তিশালী কৰাৰ লগতে সাংগঠনিক স্থিতি সৱল কৰাৰ ওপৰত বিস্তৃত ভাবে আলোচনা