Install App
123456789000prasanta
This browser does not support the video element.
তেজপুৰ: চাহ শ্ৰমিকৰ দখত থকা মাটিৰ পট্টা প্ৰদানৰ দাবীত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত তেজপুৰত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী
Tezpur, Sonitpur | Aug 21, 2025
চাহ শ্ৰমিকৰ দখত থকা মাটিৰ পট্টা প্ৰদানৰ দাবীত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত তেজপুৰত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচী বৃহস্পতিবাৰে দিনৰ ২ বজাত সামৰণি পৰে ৷ উল্লেখ্য যে যুগযুগান্তৰ পৰা চাহ শ্ৰমিক সকলে বসবাস কৰা তথা চাহ শ্ৰমিকৰ দখলত থকা মাটিৰ পট্টা প্ৰদানৰ দাবীত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সমিতিয়ে নেতৃত্ব দিয়া কাৰ্যসূচীত কেইবা হেজাৰ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!