This browser does not support the video element.
বিশ্বনাথ: মধুপুৰৰ নতুন বৰ নামঘৰত কৰ্ণধাৰ সভাত দিহানামৰ আখৰা আৰম্ভ, বিধায়কৰ অংশগ্ৰহণ
Biswanath, Biswanath | Sep 6, 2025
অসম বৈদিক বৈষ্ণৱ মহাসভা বিশ্বনাথ আঞ্চলিক আৰু প্ৰগতি সমাজৰ সৌজন্যত, শাখা সমিতিৰ সহযোগত আৰু অসম বৈদিক বৈষ্ণৱ মহাসভা বিশ্বনাথ আঞ্চলিক আৰু প্ৰগতি সমাজৰ নামঘৰত হব লগা ১৪ ছেপ্তেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানৰ প্ৰথমদিনা গুৰু আসন প্ৰতিষ্ঠা কৰাৰ লগতে দুনীয়াকৈ ভাওঁনা অনুষ্ঠিত কৰা হব ।এই সভাত অনুষ্ঠানৰ সভাপতি তথা বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে উদযাপন সমিতিৰ সকলো অংশগ্ৰহণ