This browser does not support the video element.
লংকা: লংকাৰ ৭ নং জাৰণী গাঁৱত বনবিভাগৰ অভিযানত চোৰাং চেগুন কাঠৰ কুণ্ডাভৰ্তি এখন টাটা মোবাইল বাহন জব্দ
Lanka, Hojai | Sep 2, 2025
কাকী বনবিভাগৰ নিয়মিয়া তালাচিত চোৰাং চেগুণ ভৰ্টি বাহনখন কাকী ডেৰাপথাৰৰ পৰাই পিছা কৰি কৰি আহি লংকাৰ ৭নং জাৰণী গাওত বনবিভাগৰ কৰ্মীয়ে কৰে জব্দ। কিন্তু ঘটনাস্হলীৰ পৰা পলায়ন বাহনখনৰ চালকজন। জব্দকৃত বাহনখনৰ নম্বৰ AS 01 EC 1728।পৰবৰ্তী সময়ত বনবিভাগৰ কৰ্মীয়ে জব্দকৃত চেগুণ কাঠ ভৰ্টি টাটা মৱাইল বাহনখন ঘটনাস্হলীৰ পৰা উদ্ধাৰ কৰি নখুটি বনবিভাগৰ কাৰ্য্যলয়লৈ লৈ যায়।