Install App
shivbhakti
This browser does not support the video element.
ৰঙিয়া ভাগ: অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে ৰঙিয়াত সামূহিক দৌৰত অংশগ্ৰহণ বিধায়ক ভৱেশ কলিতা,শতাধিক ছাত্ৰ-ছাত্ৰীৰ
Rangia Part, Kamrup | Sep 3, 2025
আজি অভিৰুচি ক্ৰীড়া দিৱস। বুধবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰঙিয়াত সামূহিক দৌৰত অংশগ্ৰহণ বিধায়ক ভৱেশ কলিতাৰ। লগতে বিদ্যালয়,মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!