This browser does not support the video element.
ডিফু: ডিফুত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সৈতে মত বিনিময় কাকৰ ইএম ৰিচাৰ্ড টকবীৰ
Diphu, East Karbi Anglong | Sep 9, 2025
মঙলবাৰে দিনৰ প্ৰায় ১২ বজাত ডিফুৰ চৰকাৰী বাস ভৱনত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সৈতে মত বিনিময় কৰে কাৰ্বি আংলং স্বায়তশাসিত পৰিষদৰ ইএম ৰিচাৰ্ড টকবীয়ে ৷ কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ অভাৱ - অভিযোগবোৰৰ গুৰুত্ব সহকাৰে শুনে আৰু সেইবোৰ বিবেচনা ক্ৰমে পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ তদুপৰি বিভিন্ন শ্ৰেণীৰ ৰাইজে ইএম ৰিচাৰ্ড টকবীয়ে কাৰ্বি পহ'ৰে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হয় ৷