Download Now Banner

This browser does not support the video element.

জলহ ভাগ: বাৰাপেটাত বিজেপিৰ জনসম্পৰ্ক অভিযানত অংশগ্ৰহণ বিজেপি দলৰ বাক্সা জিলাৰ সম্পাদক নীলকমল দাসৰ

Jalah Part, Baksa | Aug 27, 2025
বাৰাপেটাত বিজেপিৰ জনসম্পৰ্ক অভিযানত অংশগ্ৰহণ বিজেপি দলৰ বাক্সা জিলাৰ সম্পাদক নীলকমল দাসৰ। আজি বাৰাপেটাত বিটিচিৰ আগন্তুক পৰিষদীয় নিৰ্বাচন লৈ ৰাইজৰ সৈতে জনসম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰে বিজেপি দলৰ বাক্সা জিলাৰ সম্পাদক তথা যুৱনেতা নীলকমল দাসে । আজিৰ জনসম্পৰ্ক অভিযানত তেওঁৰ সৈতে উপস্থিত থাকে বাক্সা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।
Read More News
T & CPrivacy PolicyContact Us