This browser does not support the video element.
ধেমাজি: চিলাপথাৰ প্ৰেছ ক্লাবত ই ৰিক্সা চালক সন্থাৰ সংবাদ মেল
Dhemaji, Dhemaji | Aug 25, 2025
সোমবাৰে চিলাপথাৰ প্ৰেছ ক্লাবত ই ৰিক্সা চালক সন্থাৰ সংবাদ মেল।চিলাপথাৰৰ নগৰৰ মাজমজিয়াত যোৱা কেইদিনমান আগতে ই ৰিক্সা চালক আৰু ইলেক্ট্ৰনিক অটো চালকৰ মাজত সীমা সমস্যাক লৈ সংঘৰ্ষ সৃষ্টি হোৱাত দ্বন্দৰ প্ৰতিক্ৰিয়া প্ৰকাশ ই ৰিক্সা চালক সন্থাৰ। # ই ৰিক্সা চালক সন্থাই নগৰখনৰ মাজেদি শাৰীপাতি আহি চিলাপথাৰ প্ৰেছ ক্লাবত ইলেক্ট্ৰনিক অটো চালকে সংবাদ মাধ