This browser does not support the video element.
ধেমাজি: তুলসী বাৰীত বৃদ্ধ পেঞ্চনাৰ স্থায়ী কাৰ্যালয় মুকলি অনুষ্ঠান, উপস্থিত মন্ত্ৰী ডাঃ ৰণোজ পেগু
Dhemaji, Dhemaji | Aug 24, 2025
তুলসী বাৰীত বৃদ্ধ পেঞ্চনাৰ স্থায়ী কাৰ্যালয় মুকলি অনুষ্ঠান উপস্থিত মন্ত্ৰী ডাঃ ৰণোজ পেগু দেওবাৰে দিনৰ প্ৰায় 1 বজাত ধেমাজিৰ তুলসী বাৰীত মিছিং অটনমাছ কাউন্সিলৰ দ্বাৰা ৩০,০০০০০/- লাখ টকাৰে নিৰ্মিত পেঞ্চন ভৱনটি আজি ধেমাজি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু য়ে শুভ উদ্বোধনী কৰে। আজি উক্ত ভৱন টো জাৰীয়তে ধেমাজি ৰাইজৰ বিভিন্ন ক্ষেত্ৰ সহায় হব