Install App
shivbhakti
This browser does not support the video element.
নগৰবেৰা: নগৰবেৰাৰ সমীপৱৰ্তী মহচৰাত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বনাঞ্চলিক বিষয়াৰ অভিযান, জব্দ লাখ লাখ টকাৰ কাঠৰ কুণ্ডা
Nagarbera, Kamrup | Aug 27, 2025
বুধবাৰে নগৰবেৰাৰ সমীপৱৰ্তী মহচৰাত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ বৃহৎ অভিযান। জব্দ লাখ লাখ টকাৰ কাঠৰ কুণ্ডা, দুটা মেচিন আৰু এটা জেনেৰেটৰ৷ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চলিছিল এই বৃহৎ অভিযান।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!