কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ নিলকমল ব্ৰহ্ম ভৱনৰ শনিবাৰে আবেলি ৫ বজাত বিপিএফ দলৰ বেংগলী চেলৰ উদ্যোগত গাৰ্জেন মিত অনুষ্ঠান অনুষ্ঠিত হয়। বিপিএফ দলৰ এখন নিৰ্বাচনী প্ৰচাৰ অংশ হিচাবে আয়োজন কৰা উক্ত অনুষ্ঠানত কোকৰাঝাৰ চহৰৰ বিশিষ্ট ব্যক্তি আৰু জেষ্ঠ নাগৰিক ৰ সৈতে বিভিন্ন সমস্যা আৰু বিষয় বোৰক ক আলোচনা কৰে দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীই। অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, আৰু কেন্দ্ৰীয় , জিলাৰ দলৰ নেতা সকল উপষ্ঠিত থাকে।