This browser does not support the video element.
বোকাখাত: মিছা বাতৰি পৰিৱেশন কৰাৰ অভিযোগ উত্থাপন কৰি বোকাখাত আৰক্ষী থানাত সাংবাদিকৰ বিৰুদ্ধে গোচৰ আটছা নেতা অমৃত সাগৰৰ
Bokakhat, Golaghat | Aug 23, 2025
মিছা বাতৰি পৰিৱেশন কৰা অভিযোগ উত্থাপন কৰি শনিবাৰে বিয়লি প্ৰায় ৪ মান বজাত বোকাখাত আৰক্ষী থানাত সাংবাদিকৰ বিৰুদ্ধে গোচৰ আটছা নেতা অমৃত সাগৰৰ। উল্লেখ্য যে, অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা বোকাখাত শাখাৰ সভাপতি অমৃত সাগৰৰ বিৰুদ্ধে এটা পৰ্টেল চেনেলত মিছা বাতৰি প্ৰকাশৰ অভিযোগ আটছা নেতাগৰাকীৰ। উক্ত পৰ্টেলটোৰ সাংবাদিকৰ বিৰুদ্ধে আজি বোকাখাত থানাত এজাহাৰ দাখিল কৰে।যদিহে সাংবাদিকগৰাকীৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জংগী আন্দোলনৰো হুংকাৰ আটছা বোকাখাত শাখাৰ।